DUGNE’ – DUGBO || MISING SHORT FILM || BHABESH PATIR



DUGNE’ – DUGBO || MISING SHORT FILM || BHABESH PATIR সাৱধান – মদ খোৱা আৰু বেলেগৰ বোৱাৰী …

source

Reviews

0 %

User Score

0 ratings
Rate This

Sharing

Leave a reply to @Misingdeka Cancel reply

Your email address will not be published. Required fields are marked *

41 Comments

  1. প্ৰথমে অলপ হাহিলো ,মাজত
    ভাবিলো,শেষত😢 এবাৰ চাবলৈ
    সকলোকে অনুৰোধ,অলপ হ'লেও
    তিনিটা দিশত আপোনাক উৎসাহ
    দিব। ধন্যবাদ❤❤❤❤🎉

  2. বাস্তৱত চলি থকা সুন্দৰ কাহিনী ।চাই বহুত ভাল লাগিল ।আগলৈও এনেধৰণৰ পৰামৰ্শ মূলক কাহিনী শুনিব পাম বুলি আশা কৰিলোঁ । যিকি নহওঁক আগৰ জনীৰ মানুহ গৰাকীৰ অভিনয় চাই সঁচাই খুব ভাল লাগিল ।তাই আৰু অভিনয় ক্ষেত্ৰত আগবাঢ়ি যায় ,তাই লৈ❤❤শুভেচ্ছা থাকিল ।